Bandor aru Xiyaal - cover

Bandor aru Xiyaal

লক্ষ্মীনাথ বেজবৰুৱা

  • 18 mei 2021
  • 9789354340369
Wil ik lezen
  • Wil ik lezen
  • Aan het lezen
  • Gelezen
  • Verwijderen

Samenvatting:

বান্দৰ আৰু শিয়ালৰ মাজত বন্ধুত্ব হ'ল। জন্তুৰ ভিতৰত শিয়াল হ'ল মহা ধূৰ্ত। পিছে বান্দৰ মহাশয়ো কম নহয়। চতুৰ বান্দৰ। দুয়োজনৰ মাজত বন্ধুত্ব হোৱাৰ পিছত কেনেদৰে অতিবাহিত হ'ল বান্দৰ বাৰু শিয়ালৰ সময়বোৰ? ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ 'বুঢ়ী আইৰ সাধু'ৰ পৰা তুলি অনা বান্দৰ আৰু শিয়ালৰ এই ৰসাল সাধুটো এইবাৰ পঢ়িছে আমাৰ আটাইৰে মৰমৰ চেতনা দাস আইতাই।

We gebruiken cookies om er zeker van te zijn dat je onze website zo goed mogelijk beleeft. Als je deze website blijft gebruiken gaan we ervan uit dat je dat goed vindt. Ok